শৰৎ অহালৈ বাট চাই
বতাহ-বৰষুণ, পেনপেনীয়া বাট-পথ, উৎকট গৰম, সূৰ্য দেৱতাৰ প্ৰচণ্ড উত্তাপক বিদায় দি টোপ টোপ নিয়ৰৰ কণাই দুবৰি দলিচা তিয়াই শেৱালি সুবাসেৰে মন-প্ৰাণ প্ৰফুল্ল কৰি তোলাৰ সময়তে আহি পালেহি শাৰদীয় উৎসৱ দুৰ্গা পূজা। এতিয়া চৌপাশে কেৱল দুৰ্গা দেৱীক আদৰাৰ ব্যাপক প্ৰস্তুতি। এই মহাআয়োজনত প্ৰকৃতিও সংগ দিছে। কেইদিনমানৰ আগলৈকে প্ৰচণ্ড গৰমে দহি নিয়া অসহনীয় দিনবোৰ লাহে লাহে শাৰদীয় […]